ক্ষেত্ৰফল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক্ষেত্ৰফল (ইংৰাজী: Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।

তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।

একক[সম্পাদনা কৰক]

ক্ষেত্ৰফল পৰিমাপৰ মেট্ৰিক এককৰ মাজত আছে:

বৰ্গ মিটাৰ = এছ আই একক
এৰ = ১০০ বৰ্গ মিটাৰ
হেক্টৰ = ১০,০০০ বৰ্গ মিটাৰ
বৰ্গ কিলোমিটাৰ = ১,০০০,০০০ বৰ্গ মিটাৰ
বৰ্গ মেগামিটাৰ = ১০১২ বৰ্গ মিটাৰ
বৰ্গ গজ = ৯ বৰ্গ ফুট = ০.৮৩৬১২৭৩৬ বৰ্গ মিটাৰ
বৰ্গ পাৰ্চ = ৩০.২৫ বৰ্গ গজ = ২৫.২৯২৮৫২৬ বৰ্গ মিটাৰ
একৰ = ১৬০ বৰ্গ পাৰ্চ অথবা ৪৩,৫৬০ বৰ্গ ফুট = ৪০৪৬.৮৫৬৪২২৪ বৰ্গ মিটাৰ
বৰ্গ মাইল = ৬৪০ একৰ = ২.৫৮৯৯৮৮১১০৩ বৰ্গ কিলোমিটাৰ

১ ফুট = ১২ ইঞ্চি, ১ গজ = ৩ ফুট = ৩৬ ইঞ্চি

উপকাৰী সূত্ৰ[সম্পাদনা কৰক]

Area.svg
ক্ষেত্ৰফলৰ সাধাৰণ সমীকৰণ:
আকাৰ সমীকৰণ চলক
বৰ্গ s^2\, s হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য
নিয়মিত ষড়ভুজ \frac{3 \sqrt{3}}{2}s^2\, s হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য
নিয়মিত অষ্টভুজ 2(1+\sqrt{2})s^2\, s হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য
নিখুঁত ষড়ভুজ 4w^2\, w হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
নিখুঁত অষ্টভুজ 7w^2\, w হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
যিকোনো নিয়মিত বহুভুজ \frac{1}{2}a p \, a হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু p হৈছে বহুভুজৰ পৰিসীমা
যিকোনো নিয়মিত বহুভুজ \frac{P^2/n} {4 \cdot tan(\pi/n)}\, P হৈছে পৰিসীমা আৰুn হৈছে বাহুৰ সংখ্যা
যিকোনো নিয়মিত বহুভুজ \frac{P^2/n} {4 \cdot tan(180^\circ/n)}\, P হৈছে পৰিসীমা আৰুn হৈছে বাহুৰ সংখ্যা
আয়তক্ষেত্ৰ l \cdot w \, l আৰু w হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ)
সামান্তৰিক (সাধাৰন) b \cdot h\, b আৰু h হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা
ৰম্বাছ \frac{1}{2}ab a আৰু b হৈছে ৰম্বাছৰ ই কৰ্ণৰ দৈৰ্ঘ্য
ত্ৰিভুজ \frac{1}{2}b \cdot h \, b আৰু h হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা
চক্ৰ বা বৃত্ত \pi r^2 \, r হৈছে ব্যাসাৰ্ধ
বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল \pi r^2 \,, or \pi d^2/4 \, r হৈছে ব্যাসাৰ্ধ আৰুd হৈছে ব্যাস.
ট্ৰেপিজিয়াম \frac{1}{2}(a+b)h \, a হৈছে b সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু h সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা
ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল 2\pi r^2+2\pi r h \, r আৰু h হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল 2 \pi r h \, r আৰু h হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল \pi r (l + r) \, r আৰু l হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল \pi r l \, r আৰু l হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
বৃত্তাকাৰ চক্ৰ \frac{1}{2} r^2 \theta \, r আৰু \theta হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত)
বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন \frac{4}{\pi} A\, A হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল
বৃত্তাকাৰ পৰা বৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন \frac{1}{4} C\pi\, C হৈছে বৃত্তৰ ক্ষেত্ৰফল

আৰু চাওক[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]