এছিয়া
অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাটিকালি | ৪,৪৫,৭৯,০০০ কিমি২ (১,৭২,১২,০০০ মাইল২)[1] |
---|---|
জনসংখ্যা | 3,879,000,000 (1st)[2] |
জন. ঘনত্ব | 87/km2 (225/sq mi) |
বাসিন্দা | এছিয়ান |
দেশসমূহ | 48 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ |
তালিকা
|
অস্বীকৃত অঞ্চলসমূহ |
তালিকা
|
ভাষাসমূহ | ভাষাসমূহৰ তালিকা |
সময় অঞ্চলসমূহ | UTC+2 ৰ পৰা UTC+12 লৈ |
ইন্টাৰনেট TLD | .asia |
বৃহত্তম নগৰসমূহ |
তালিকা
|
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত।ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
ক্ষেত্ৰ[সম্পাদনা কৰক]
- দক্ষিণ এছিয়া
- পূব এছিয়া
- পশ্চিম এছিয়া
- দক্ষিণ পূব এছিয়া
- মধ্য এছিয়া
দেশৰ সূচী[সম্পাদনা কৰক]
- নেপাল
- ভাৰত
- পাকিস্তান
- চীন
- জাপান
- থাইলেণ্ড
- বাংলাদেশ
- ভূটান
- ওমান
- শ্ৰীলঙ্কা
- ম্যানমাৰ
- ভিয়েটনাম
- লাওচ
- দক্ষিণ কোৰিয়া
- ইৰাণ
- ইৰাক
- চিংগাপুৰ
- মালয়েচিয়া
- টাইৱান
- মালদ্বীপ
- ফিলিপাইন
- চৌদী আৰব
- সংযুক্ত আৰব আমিৰাত
- আফগানিস্তান
- উজবেকিস্তান
- তুৰ্কমেনিস্তান
- কিৰগিজিস্তান
- কাটাৰ
- য়েমেন
- জৰ্ডান
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ National Geographic Family Reference Atlas of the World. প্ৰকাশক Washington, D.C.: National Geographic Society (U.S.). 2006. পৃষ্ঠা. 264.
- ↑ "Continents of the World". The List. Worldatlas.com. http://www.worldatlas.com/geoquiz/thelist.htm। আহৰণ কৰা হৈছে: 25 July 2011.
|
|