৮ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৮ জানুৱাৰী (8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭ টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯১২ খৃঃ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা ।
  2. ১৯১৮ খৃঃ - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ ।

জন্ম[সম্পাদনা কৰক]

  1. ১৯৪২ খৃঃ - ষ্টিফেন হকিন্স, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী

মৃত্যু[সম্পাদনা কৰক]

  1. ১৬৪২ খৃঃ - গেলিলিঅ' গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]