১৭ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৭ জানুৱাৰী (17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮ টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  1. ১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ ।
  2. ১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, প্ৰসিদ্ধ বলিউদ গীতিকাৰ ।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৫১ খৃঃ - জ্যোতিপ্ৰসাদ আগৰৱালা, বিখ্যাত অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক ।
  2. ২০১০ খৃঃ - জ্যোতি বসু , আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।

দিৱস[সম্পাদনা কৰক]

  1. আজি শিল্পী দিৱস ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]