১৩ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ১৩ৰ পৰা পুনঃনিৰ্দেশিত)

(১) অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক মহেশ্বৰ নেওগৰ মত্যু হয় ১৯৯৫ চনৰ আজিৰ দিনটোতে।

(২) আজিৰ দিনটোতে ১৯৯৬ চনত লোকসভাত লোকপাল বিধেয়ক গৃহীত হয়।

(৩) ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয় ১৯০৪ চনৰ আজিৰ দিনটোতে।

(৪) ১৯১৬ চনৰ আজিৰ দিনটোতে এনি বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।

(৫) ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে।

(৬) চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় ১৯৭১ চনৰ আজিৰ দিনটোতে।

(৭) অক্সিজেনৰ আৱিষ্কাৰক যোছেফ প্ৰিষ্টলিৰ জন্ম হৈছিল ১৮৯৮ চনৰ আজিৰ দিনটোতে ৷

(৮) আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।