১২ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১২ জুন গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৬৩ তম (অধিবৰ্ষত ১৬৪ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

জন্ম[সম্পাদনা কৰক]

  1. ১২ জুন তাৰিখেই ১৯২৯ চনত এন ফ্ৰাঙ্কৰ জন্ম হয় । দ্য ডায়েৰী অব এ ইয়ং গাৰ্লৰ বিখ্যাত এই গৰাকী লেখিকা ।

মৃত্যু[সম্পাদনা কৰক]

  1. প্ৰসিদ্ধ কবি তথা সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ১২ জুন তাৰিখে ৷

দিৱস[সম্পাদনা কৰক]

  1. বিশ্ব শিশু শ্ৰমিক দিৱস
  2. ৰাছিয়াৰ স্বাধীনতা দিৱস।
  3. ফিলিপাইনৰ স্বাধীনতা দিৱস ।

অনান্য[সম্পাদনা কৰক]

  1. ১৮৯৭ চনৰ ১২ জুন তাৰিখে এটা ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয় ৷ এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০ জন লোকৰ মৃত্যু হৈছিল ।
  2. ১৮৮৩ চনত সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল ৷ সেই তাৰিখটো আছিল ১২ জুন ৷
  3. মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল ১৯৬১ বৰ্ষৰ ১২ জুন তাৰিখে ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]