৩ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৩ ফেব্ৰুৱাৰী (3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১ টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৭১ খৃ: - তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে ।
  2. ২০০৬ খৃ: - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হ্য় য'ত কমেও ১০০০ জন লোকে প্ৰাণ হেৰুৱাই ।

জন্ম[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  1. আজি বীৰ চিলাৰায় দিৱস ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]