২২ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২২ জানুৱাৰী (22 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬ টা দিন (অধিবৰ্ষত ৩৪৭ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ১৮৭৭ চনৰ আজিৰ দিনটোতে ।
  • চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল ১৯২৭ চনৰ আজিৰ দিনটোতে ।
  • ১৫৬১ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম হয় ।
  • ইংৰাজ কবি বায়ৰনৰ জন্ম হয় ১৭৮৮ চনৰ আজিৰ দিনটোতে । তেওঁৰ সম্পূৰ্ণ নাম জৰ্জ গৰ্ডন ।

মৃত্যু[সম্পাদনা কৰক]

  • বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু হয় ২০০৬ চনৰ আজিৰ দিনটোতে ।
  • আজিৰ দিনটোতে ১৯০১ চনত ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হয় ।
  • ১৯৬৩ চনৰ আজিৰ দিনটোতে দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থগাৰ প্ৰতিষ্ঠা কৰা হয় ।
  • মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হয় ১৬৬৬ চনৰ আজিৰ দিনটোতে ৷
  • ১৯৯৬ চনৰ আজিৰ দিনটোতে দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু হৈছিল ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]