২১ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ২১ৰ পৰা পুনঃনিৰ্দেশিত)

২১ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৪ তম (অধিবৰ্ষত ২৯৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১ টা দিন বাকী থাকে৷

ঘটনাপঞ্জী[সম্পাদনা কৰক]

  • ১২৯৬ - আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
  • ১৮০৫ - ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
  • ১৯৩৪ - জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
  • ১৯৩৪ - মাও-ছে-তুঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ।
  • ১৯৪৩ - ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুয়ে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
  • ১৯৯১ - কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
  • ১৯৯৯ - প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা।
  • ১৯৯৯ - ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
  • ২০০১ - বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।

জন্ম[সম্পাদনা কৰক]

  • ১৭৭২ - ছেমুৱেল টেলৰ ক'লৰিজ: ইংৰাজ ৰোমাণ্টিক কবি,
  • ১৮৩৩ - আলফ্ৰেড ন'বেল: চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু ডিনামাইটৰ উদ্ভাৱক,
  • ১৮৮৭ - কৃষ্ণা সিং: বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৯৮ - অজিত: হিন্দী চলচ্চিত্ৰ অভিনেতা,
  • ১৯৬৯ - জেক কেৰুয়াক: আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক,
  • ২০১২ – যশ চৌপ্ৰা: ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।


দিৱস[সম্পাদনা কৰক]

  • আপেল দিৱস - সংযুক্ত ৰাজ্য।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]