২৮ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২৮ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০১ তম (অধিবৰ্ষত ৩০২ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৪ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


১/ ১০১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰিৰ জন্ম হয় ।

২/ ১৬২৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হয় ।

৩/ ১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ আয়াৰলেণ্ডত জন্ম হয় ।

৪/ ১৮৬৭ চনৰ আজিৰ দিনটোতে ৰোমাণ্টিক কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম হয় ।

৫/ ১৯২২ চনৰ আজিৰ দিনটোতে আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয় ।

৬/ ১৯৫৫ চনৰ আজিৰ দিনটোতে মাইক্ৰছফট্ স্বতাধিকাৰী বিল গেটছৰ জন্ম হয় ।

৭/ ১৯৬০ চনৰ আজিৰ দিনটোতে শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে ।

৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ।

৯/ ১৯৫৫ চনৰ আজিৰ দিনটোতে ইন্দ্ৰা নূয়ীয়ে জন্ম গ্ৰহণ কৰে ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]